Breaking

কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ…

0 19

হাৰিয়ানাৰ কংগ্ৰেছ বিধায়কৰ পুত্ৰক গ্ৰেপ্তাৰ ।

আৰক্ষীৰ জালত বিধায়ক ধৰম সিং চোকাৰৰ পুত্ৰ ধৰম সিঙৰ পুত্ৰ সিকন্দ্ৰৰ সিং চোকাৰক গ্ৰেপ্তাৰ

EDৰ মানী লণ্ডাৰিং গোচৰত সিকন্দৰ সিং চোকাৰক গ্ৰেপ্তাৰ ১০০ কোটিতকৈও অধিক জালিয়াতিৰ অভিযোগ

ৰিয়েল ইষ্টেটৰ কোম্পানী মাহিৰা হোমছৰ সঞ্চালক সিকন্দৰ মাহিৰা হোমছৰ বিৰুদ্ধে ৰুজু হৈ আছে এটা গোচৰ

Leave A Reply