সমগ্র দেশৰ লগতে অসমৰ মৰিগাঁও জিলাৰ লাহৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ দ্বাৰা দৈনিক কৰোনা RAT টেষ্টৰ কাম অব্যাহত ৰাখিছে। আজিও লাহৰীঘাট আৰক্ষী থানাৰ ভিতৰত কৰোনাৰ RAT টেষ্ট কৰাৰ শিবিৰ পাতি আৰক্ষী প্ৰশাসনৰ সহযোগিতাত দুপৰীয়া ১২ বজালৈকে ৫৭ জন ব্যক্তিক RAT টেষ্ট কৰাত এজনো Positive পোৱা নাই বুলি কৰ্তব্যৰত হস্পিটেলৰ ষ্টাফে জনাইছে। জানিব পৰা মতে আজি RAT টেষ্ট কৰাৰ মুঠ লক্ষ্য ২০০ জন ব্যক্তি। এই ক্ষেত্ৰত অৱশ্যে আৰক্ষী প্ৰশাসনৰ ভুমিকা অতুলনীয় পৰিলক্ষিত হৈছে। সকলো ধৰণৰ যানবাহন ৰখাই চালক হেন্ডিমেনৰ লগতে যাত্রী সকলকো কৰোনা RAT টেষ্ট কৰোৱা হৈছে। অৱশ্যে ইয়াৰ বাহিৰেও পথযাত্রী সকলকো RAT টেষ্ট কৰা হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- 1st BN SSB on full swing on Meri Matti Mera Desh
- শিৱসাগৰত পৰ্যটন বিভাগৰ উদ্যোগত ‘বিশ্ব পৰ্যটন দিৱস’ উদযাপন; মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ
- পূৰ্ণ গতিত প্ৰথম বিএন এছএছবিৰ ‘মেৰি মাটি মেৰা দেশ’
- বৰপেটাত উলহ মালহেৰে ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচী পালন
- সৰ্বধৰ্ম সভাৰে নিৰু শৰ্মা পৰাজুলীৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ অনুষ্ঠান লেখিকা সংস্থা,অসমৰ
- ‘মই ক্ষমতাৰ লোভী নহয়’: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত এইচ ডি দেৱেগৌড়া
- কুলশী নৈৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ টংলাৰ বনগাঁৱত তিনিদিনীয়া ভাগৱত পাঠ, নাগাৰা নাম
- মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA
- গেণীচুকৰ ঐতিহাসিক কুন্দা আতা থানত স্বচ্ছতা অভিযান
- জ্যোতিচিত্ৰবনত অসমীয়া চিনেমা ‘মমতাৰ চিঠি’ৰ ট্ৰেইলাৰ মুকলি