Breaking

সমগ্ৰ দেশৰ ১.৬৫ লাখ লোকক কৰণাৰ টীকাকৰণ

0 2,094

দেশত কৰ’ণা ভাইৰাছ বিৰুদ্ধে আৰম্ভ হোৱা টীকাকৰণ অভিযানক লৈ স্বাস্থ্য মন্ত্ৰালয়ে অতিৰিক্ত সচিব মনোহৰ অগনানী আৰু জেমচ মণ্ডীপ ভণ্ডাৰী এক সংবাদ মাধ্যম সম্বোধন কৰে ।

সংবাদ মাধ্যমৰ যোগেদি কয় যে, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ভিদ ১৯ অভিযানৰ আৰম্ভণী কৰিছে।

এই অভিযানৰ প্ৰথম দিন সফল হয়। উল্লেখ্য যে, আজি ১৬৫৬১৮ জনক ক’ৰণা ভেকচিন দিয়া হয়। ৫.৩০ বজালৈ দেশৰ বিভিন্ স্থানত টীকাকৰণ কৰা হয়।

Leave A Reply