Breaking

গৰুৰ বিহুৰ দিনা আমৰলি টোপ খোৱাৰ আছে পৰম্পৰা…

0 391

সমগ্ৰ ৰাজ্যৰ লগতে গোগামুখতো উলহ-মালহেৰে পালন কৰা হয় গৰু বিহু।

পুৱাতে চাগমাৰি বনাই, মাহ হালধিৰে গৰু নোৱাই ধুৱাই, লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা বচনে বছৰটোলৈ গোধনৰ সুমঙ্গল কামনা কৰে।

এই দৃশ্য গোগামুখ ন-নদীৰ, ৰাইজে সমূহীয়া ভাৱে গৰু গা ধুৱাই পালন কৰিলে গৰু বিহু।

আনফালে গৰুৰ বিহুৰ দিনাই আমৰলি টোপ খোৱাৰ পৰম্পৰা আছে অসমীয়া সমাজত।

সেইহে আমৰলি পৰুৱা টোপ গোটালে ৰাইজে।

Leave A Reply