Breaking

ক্ৰিকেটাৰ জেমছ এণ্ডাৰছনৰ অভিলেখ! টেষ্ট ক্ৰিকেটত ৭০০ উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন বেগী বলাৰ হিচাপে পৰিগণিত জেমছ…

0 26

ইংলিছ ক্ৰিকেটাৰ জেমছ এণ্ডাৰছনৰ অভিলেখ৷ টেষ্ট ক্ৰিকেটত ৭০০ উইকেট দখল জেমছ এণ্ডাৰছনৰ৷ টেষ্ট ক্ৰিকেটত ৭০০ উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন বেগী বলাৰ হিচাপে পৰিগণিত হয়।

ইংলেণ্ডৰ অভিজ্ঞ বেগী বলাৰ জেমছ এণ্ডাৰছনে টেষ্ট ক্ৰিকেটত ৭০০ উইকেট দখল কৰা বিশ্বৰ প্ৰথমজন বেগী বলাৰ হিচাপে পৰিগণিত হৈছে। ধৰ্মশালাত ভাৰতৰ বিৰুদ্ধে পঞ্চমখন টেষ্টৰ তৃতীয় দিনা কুলদীপ যাদৱক আউট কৰি এণ্ডাৰছনে এই অভিলেখ প্ৰতিষ্ঠা কৰে। টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট লোৱাৰ ক্ষেত্ৰত এণ্ডাৰছনে তৃতীয় স্থান দখল কৰিছে।

Leave A Reply