Breaking

কামিন্সৰ অভিলেখ ভংগ! এতিয়ালৈ IPLৰ ইতিহাসৰ সবাতোকৈ দামী খেলুৱৈত পৰিণত মিচেল ষ্টাৰ্ক; ২৪.৭৫ কোটি টকাত মিচেল ষ্টাৰ্কক ক্ৰয়…

0 90

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্ক আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

আই পি এল ২০২৪ৰ নিলামত ২৪.৭৫ কোটি টকাত মিচেল ষ্টাৰ্কক ক্ৰয় কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে (KKR)।

ষ্টাৰ্কে নিজ দেশৰে পেট কামিন্সৰ অভিলেখ ভংগ কৰে।

ইয়াৰ কেইঘন্টামানৰ পূৰ্বে ২০.৫ কোটি টকাত ছানৰাইজাৰ্ছ হায়দৰাবাদে (এছ আৰ এইচ) ক্ৰয় কৰিছিল কামিন্সক।

Leave A Reply