Breaking

তীব্ৰ গতিত আহি আছে ঘূৰ্ণীবতাহ ‘হামুন’; কোন কোন ৰাজ্যত পৰিব প্ৰভাৱ?

0 177

অসমসহ উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যত হ’ব প্ৰৱল বৃষ্টিপাত। অতি গুৰুতৰ হৈ পৰিছে বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘হামুন’।


অতি গুৰুতৰ হৈ পৰিছে বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ ‘হামুন’। ঘূৰ্ণীবতাহে বংগৰ উপকূলত প্ৰভাৱ পেলাব।

বংগোপ সাগৰত নিম্ন চাপৰ ফলত সৃষ্টি হোৱা সাগৰীয় ঘূৰ্ণী বতাহ হামুনৰ প্ৰভাৱ পৰিব অসমকে ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্যত।

ইতিমধ্যে এই ৰাজ্য কেইখনত সতৰ্কতা জাৰি কৰা হৈছে।

বতৰ বিজ্ঞান কেন্দ্ৰই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্য ক্ৰমে ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ডত সতৰ্কতা জাৰি কৰাৰ লগতে প্ৰৱল বৃষ্টিপাতৰ আশংকা কৰিছে।

Leave A Reply