ডিব্ৰুগড় ডিকমত এতিয়া চৌদিখে একাংশ দুস্তচক্ৰই বৰ্তমানেও আৰক্ষী প্ৰশাসনৰ চকুত ধুলি মাৰি দিনে নিশাই নিতৌ চলায় যায় দব্বলগুুটী- যুৱা আৰু চুলাই মদৰ ৰম্ৰমিয়া বেহা । নিতৌ চলাই থকা দব্বলগুুটি আৰু সুৰা পায়ি সকলৰ জুৱাৰ এই আদ্দা ডিকমৰ সপ্তাহিক বজাৰৰ সমিপত থকা কেইখন মান দুকানত । ৩৭নং ৰাষ্টিয় ঘাই পথৰ নিচেই কাষতে লাগি থকা সেই দুকান সমূহত আহৰস অসৎ কাৰ্য চলাই থকা এই অখাধু চক্ৰক বৰ্তমানেও স্হানীয় আৰক্ষী প্ৰশাসন নিমাত কিয় বুলি প্ৰশ্ন সমাজ সেৱক তথা শিক্ষাবিদ সকলৰ। ডিকমৰ একাংশ সচেতন মহলে গৰিহনা পদান কৰাৰ লগতে আবেলি নিতৌ হোলস্তোলিয়া পৰিবেশ সৃস্তি কৰি ঘৰুৱা ভাবে আবেলি টিউচণ কৰিবলৈ বুলি অহা যোৱা কৰা স্কুলীয়া ছাত্ৰ- ছাত্ৰী সকল বহুতু অসুবিধা সন্মুখিন হোৱাৰ লগতে ডিকম টাউনৰ এক সুষ্ট পৰিবেশ বিনস্ত কৰি আহিছে বুলি জানিবলৈ দিয়াৰ লগতে সাধাৰন শ্ৰেনী জনসাধাৰনক ভেতিগ্ৰস্ত কৰি আহিছে বুলি জানিবলৈ দিয়ে। নিতৌ এই দব্বল গুটি – যুৱাৰ আাৰু সুৰা পায়ী সকলৰ এই আদ্দাই পৰিবেশ বিনস্তকৰি অহা এই অসাধু চক্ৰক অনতিপলমে নিয়ন্ত্ৰন কৰি উৎক্ষাত কৰিবলৈ স্থানিয় আৰক্ষী প্ৰশাসনক আহ্বান জনাই বুলি জানিবলৈ দিয়ে।
Breaking
- আয়ুৰ্মেদ হেলথ কেয়াৰৰ উদ্যোগত খানামুখত স্বাস্থ্য পৰীক্ষা শিবিৰ
- মৰাণ প্ৰেছ ক্লাৱৰ এই মাহৰ অতিথি বিশিষ্ট শ্ৰমিক নেতা চিন্তাৰাম চাহুক অভিন্দন
- ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পিতাম্বৰ হাটবজালী পথৰ দুৰৱস্থা
- বেঙেনাবাৰী অঞ্চলৰ শিঙিবিল গাওঁত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু চশমা বিতৰণ
- “শ্ৰদ্ধা আৰু ভক্তিভাৱেৰে ৰাইজক সেৱা কৰিলে ৰাইজৰ আস্থাভাজন হ’ব পাৰি ”: বিধায়ক বিমল বড়া
- তামুলপুৰত ভাৰতীয় সেনাৰ বিনামূলীয়া পশু চিকিৎসা শিৱিৰ
- দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন
- গোলাঘাট জিলাত নিৰ্বাচনৰ ব্যাপক প্ৰস্তুতি
- পানবজাৰ মহিলা আৰক্ষী থানাত কণ্ঠশিল্পী ৰিছা ভৰদ্বাজ
- বিধান সভা নিৰ্বাচন সন্দৰ্ভত শীৰ্ষ বিষয়াৰে নাজিৰা মহকুমা প্ৰশাসনৰ আলোচনা