Breaking

চাপৰত অহা ২৩ আৰু ২৪ মাৰ্চত অনুষ্ঠিত হ’ব অসম ভিত্তিত দিবা-নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা…

0 16

চাপৰত অহা ২৩ আৰু ২৪ মাৰ্চত অনুষ্ঠিত হব অসম ভিত্তিত দিবা-নৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা। ক্ৰিকেটৰ জ্বৰত আক্ৰান্ত চাপৰ যুব সঙ্গৰ যুবক সকল। পূৰ্ণ গতিত চলি আছে ফিল মেৰামতিৰ কাম সহযোগ কৰিছে চাপৰ আৰক্ষী থানাৰ ভাৰ প্ৰাপ্ত বিষয়া দ্বীপ জ্যোতি ইংতি, খেল পৰিচালনা সমিতিৰ সভাপতি অনন্ত ৰায়ৰ লগতে যুব সঙ্গৰ যুবক সকল

চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত এই দৰে সমবেত হৈ পূর্ণ গতিত চলাইছে অহা ২৩ আৰু ২৪ মাৰ্চত অনুষ্ঠিত হব লগা অসম ভিত্তিত দিবা-নৈশ ক্ৰিকেট প্লেগ্ৰাউণ্ড যত প্ৰথম পুৰস্কাৰ হিচাপে থাকিব নগদ পঞ্চাশ হাজাৰ এক টকা লগতে ট্ৰফী আৰু দ্বিতীয় পুৰষ্কাৰ হিচাপে থাকিব তিৰিশ হাজাৰ এক টকা লগতে ট্ৰফী।


খেল পথাৰৰ চাৰিওফালে সাজু কৰি ৰখা হৈছে পোহৰ বিলোৱাৰ ব্যবস্থা, আলহি আপ্যায়নৰ বাবেও আছে সু-ব্যবস্তা,
গতিকে উক্ত দিনৰ দিবা-নৈশ ক্ৰিকেট খেল উপভোগ কৰিবলৈ সকলোকে বিনম্ৰভাবে অনুৰোধ জনাইছে খেল পৰিচালনা সমিতিৰ সভাপতিয়ে।

Leave A Reply