Breaking

চৰাইদেউত মৃত নাহৰফুটুকী উদ্ধাৰ

0 68

চৰাইদেউৰ সাপেখাতীৰ সুন্দৰপুৰ চাহ বাগিচাত মৃত নাহৰফুটুকী উদ্ধাৰ৷

নাহৰফুটুকীটোৰ মৃত্যুৰ কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই৷

মৃত নাহৰফুটুকী বন বিভাগে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাৱে যো – জা চলাইছে।

মৃত নাহৰফুটুকীটো চাবলৈ অগনন লোকে ভিৰ কৰাৰ লগতে মৃত নাহৰফুটুকীটোৰ সৈতে চেলফি তোলাত ব্যস্ত হৈ পৰিল একাংশ৷

Leave A Reply