Breaking

মহাৰাষ্ট্ৰৰ পুনেত ভয়ংকৰ পথ দুৰ্ঘটনা ! ৩খন বাহনৰ সংঘৰ্ষত ৮জন লোকৰ মৃত্যু…

0 31

মহাৰাষ্ট্ৰৰ পুনেত ভয়ংকৰ পথ দুৰ্ঘটনা। ৩খন বাহনৰ সংঘৰ্ষত ৮জন লোকৰ মৃত্যু।

পুৱতি নিশা পুণেৰ ডিংগোৰ অঞ্চলত এই দুৰ্ঘটনা। মৃত ৮জনৰ ভিতৰত আছে দুটা শিশু, এগৰাকী মহিলা।

নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাক আৰু ৰিক্সাত খুন্দা মাৰে পিকআপ ভানে।

Leave A Reply