Breaking

অসমৰ পৰা AFSPAৰ পৰিসৰ হ্ৰাস কৰাৰ সিদ্ধান্ত

0 1,028

উত্তৰ-পূৱৰ তিনি ৰাজ্যৰ পৰা AFSPA হ্ৰাস কৰাৰ সিদ্ধান্ত।পোন প্ৰথম বাৰৰ বাবে অসমৰ পৰা হ্ৰাস হ’ব AFSPA অৰ্থাৎ সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ পৰিসৰৰ সিদ্ধান্ত।উত্তৰ-পূবৰ তিনি খন ৰাজ্যৰ পৰা AFSPA হ্ৰাস কৰাৰ সিদ্ধান্ত।গৃহমন্ত্ৰী অমিত শ্বাহে টুইট যোগে জনাই এই কথা।এই তিনি ৰাজ্য হৈছে অসম,নাগালেণ্ড আৰু মণিপুৰ।AFSPA ৰ অধীনৰ অশান্ত অঞ্চলৰ পৰিসৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইট যোগে জনাই এই কথা।এই আইনৰ অধীনত অশান্ত অঞ্চলৰ পৰিসৰ হ্ৰাস কৰা সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।এই আইনৰ উত্তৰ-পূবত বিভিন্ন ঠাইত আন্দোলন হৈ আছিল।


ইয়াৰ প্ৰতি সমৰ্থন জনাই কেন্দ্ৰীয় চৰকাৰে লৈছে এই সিদ্ধান্ত।১৮৫৮ চনত পোন প্ৰথমে এই আইন বলৱৎ হৈছিল।এতিয়াৰে পৰা এই তিনি ৰাজ্যত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন সীমিত কৰা হ’ব।তিনি ৰাজ্যৰ কিছু কিছু অঞ্চলতহে সামৰিক বাহিনী বিশেষ ক্ষমতা আইন থাকিব।
অৰ্থাৎ AFSPA অধীনত তিনি ৰাজ্যৰ কিছু কিছু অঞ্চলহে অশান্ত অঞ্চল হিচাপে থাকিব।কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত।

Leave A Reply