Breaking

গৰ্ভাৱস্থাতো আৰাম কৰিবলৈ সময় নাই দীপিকা পাডুকনৰ! একচন শ্বুটিঙত ব্যস্ত অভিনেত্ৰীগৰাকী, অনুৰাগী চিন্তিত…

0 68

ছেপ্টেম্বৰ মাহত মাতৃ হ’ব বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনে। কিন্তু গৰ্ভাৱস্থাত জিৰণি ল’বলৈ ইচ্ছুক নহয় অভিনেত্ৰীগৰাকী। ৰোহিত শ্বেট্টীৰ নতুন ছবি ‘সিংহাম নিচান’ৰ চেটত শ্বুটিঙত ব্যস্ত অভিনেত্ৰীগৰাকী ।

এই ছবিখনত দীপিকাই আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে দীপিকা পাডুকনে। বিগত বৰ্ষৰ অক্টোবৰ মাহত অভিনেত্ৰীগৰাকীৰ চৰিত্ৰৰ ফাৰ্ষ্ট লুক মুকলি কৰা হৈছিল। এইবাৰ আৰক্ষীৰ পোছাক পৰিধান কৰি শ্বুটিং ফ্ল’ৰত উপস্থিত হ’ল দীপিকা। শ্বুটিঙস্থলীৰ ছবি ভাইৰেল হৈছে দীপিকাৰ।

আনহাতে অভিনেত্ৰীগৰাকীয়ে ঘৰতে কাপোৰো চিলাই কৰিছে।


Leave A Reply