Breaking

অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠানত আকৰ্ষণীয় ৰুপত দীপিকা পাডুকন…

0 65

দীপিকা পাডুকনকক এইবাৰ অস্কাৰ বঁটাৰ উপস্থাপক হিচাপে দেখা গৈছে, সেয়া অতি গৌৰৱৰ বিষয়। দীপিকাক বহুত ধুনীয়া দেখা গৈছে অনুষ্ঠানটোত। আপুনিও চাওক অস্কাৰৰ বঁটা প্ৰদান অনুষ্ঠানত কেনে ৰুপত দেখা গৈছে দীপিকাক। ২০২৩ চনৰ অস্কাৰত বঁটা প্ৰদান কৰাৰ সৌভাগ্য লাভ কৰিছে দীপিকাই। এই উপস্থাপকসকলৰ ভিতৰত দীপিকা একমাত্ৰ ভাৰতীয় । চৰ্চালৈ আহিছে অভিনেত্ৰীগৰাকীৰ বিশেষ কিছু ফটো।

এই ফটোখনত আপুনি দেখিব দীপিকা পাডুকনৰ ক্ল’জ আপ, য’ত অভিনেত্ৰীগৰাকীৰ ষ্ট্ৰেপলেছ গাউনৰ আভাস দেখা যায়। দীপিকাক বৰ ধুনীয়া দেখা গৈছে।

ইয়াত আপুনি দেখিব দীপিকাৰ সম্পূৰ্ণ ৰূপ আৰু সঁচাকৈয়ে, অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্য্যৰ কোনো উত্তৰ নাই।

দীপিকা পাডুকনে নিজেই এই ছবিসমূহ তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে আৰু অনুৰাগীয়ে তেওঁক প্ৰশংসাৰেৰে ওপচাই পেলাইছে!

Leave A Reply