Breaking

দিপিকা পাডুকনৰ সুখৰ সংসাৰত লাগিল জু‌ই ! বিচ্ছেদ হ’ব নেকি এই সংসাৰ…

0 227

দিপিকা পাডুকনৰ সংসাৰত লাগিল জু‌ই । বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী গৰাকীয়ে ৰাতি টোপনি নাহে কাৰণ জানিলে আপুনিও আচৰিত হ’ব ।

পুৰণি চিন্তাবোৰে দিপিকাক আগুৰি ধৰিছে । সামাজিক মাধ্যমত একাংশৰ মতে দিপিকা পাডুকনে ৰণবীৰ কাপুৰক আজিও পাহৰিব পৰা নাই এইবাবে দিপিকা‌ই ৰাতি ৰাতি শুব নোৱাৰে ।

কিন্তু এইক্ষেত্ৰত দিপিকা পাডুকনে স্পষ্টীকৰণ দিছে যে এসময়ত দিপিকা পাডুকনে বহুত সংগ্ৰাম কৰিব লগা হৈছিল আৰু ডিপ্ৰেচনত ভুগিছিল সেইবাবে অতীতৰ‌ কিছুমান চিন্তা‌ই এতিয়াও আমনি কৰে ।

Leave A Reply