June 27, 2021 আজি লাডাখলৈ যাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং Share FacebookXWhatsAppTelegramKooEmail লাডাখত সেনাৰ সৈতে মত-বিনিময় কৰিব ৰাজনাথ সিঙে ৷লাডাখত ভাৰত-চীনৰ মাজত বিবাদ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈ অব্যাহত আছে চেপা উত্তেজনা, সেয়ে পুনৰ আলোচনাত মিলিত হোৱাৰ পোষকতা কৰিছে দুয়োখন দেশৰ বিষয়াসকলে ৷ Author: দৈনন্দিন বাৰ্তা Related Articles প্ৰথম বাহিনী, সশস্ত্ৰ সীমা বল, সোণাপুৰৰ উদ্যোগত সতৰ্কতা সজাগতা, বেটী বচাও বেটী পঢ়াও আৰু মহিলাৰ নিযুক্তি সম্পৰ্কীয় সজাগতা কাৰ্যসূচী অনুষ্ঠিত দৈনন্দিন বাৰ্তা - October 29, 2026 জল জীৱন মিছন ২.০ ৰ জৰিয়তে দীর্ঘম্যাদী পৰিকল্পনাৰে ৰাইজক নিৰন্তৰ খোৱা পানী যোগান ধৰিব লাগিব-মন্ত্ৰী কৃষ্ণেন্দু পাল দৈনন্দিন বাৰ্তা - October 29, 2026 ঔফুলীয়াত গগন চন্দ্ৰ সোনোৱালৰ স্মৃতি দিৱস উদ্যাপনঃ ‘সোনোৱাল ভাষা সন্মিলন’ত সোনোৱাল ভাষাৰ গ্ৰন্থ উন্মোচন দৈনন্দিন বাৰ্তা - October 29, 2026