June 21, 2024 মুকলি আকাশৰ তললৈ অৰবিন্দ কেজৰিৱাল! Share FacebookTwitterWhatsAppTelegramKooEmail আজি মুকলি আকাশৰ তললৈ আহিব অৰবিন্দ কেজৰিৱাল। সুৰানীতি কেলেংকাৰিৰ গোচৰত জামিন লাভ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ। বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে মঞ্জুৰ কৰে জামিন। ১ লাখ টকা বণ্ডৰ বিনিময়ত জামিন মঞ্জুৰ। Author: দৈনন্দিন বাৰ্তা Related Articles ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি অটল হৈ থাকিবঃ মুখ্যমন্ত্ৰী দৈনন্দিন বাৰ্তা - July 7, 2026 মুখ্যমন্ত্ৰীৰ সপোন দেখা গৌৰৱৰ ওপৰত আস্থা নাই হাইকমাণ্ডৰ দৈনন্দিন বাৰ্তা - June 28, 2026 TMCৰ অধ্যক্ষ পদৰ পৰা অপসাৰণ মমতা বেনাৰ্জীক দৈনন্দিন বাৰ্তা - June 23, 2026