Breaking

২৩ এপ্ৰিল পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী…

0 20

২৩ এপ্ৰিল পৰ্যন্ত কাৰাগাৰতে থাকিব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।

দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিলে এই ৰায়।

ভাৰ্চুৱেলী শুনানি গ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰোৱা হৈছিল মুখ্যমন্ত্ৰীগৰাকীক।

ইয়াৰ মাজতে নিৰ্বাচনৰ প্ৰচাৰৰ স্বাৰ্থত দাখিল কৰিছিল বিশেষ ছুটীৰ আবেদন।

উভয়পক্ষৰ শুনানিৰ অন্তত EDলৈ জাননী জাৰি ন্যায়ালয়ৰ।

২৪ এপ্ৰিলৰ ভিতৰত উত্তৰ প্ৰদানৰ বাবে EDক নিৰ্দেশ ন্যায়ালয়ৰ।

২৭ এপ্ৰিলত EDৰ উত্তৰৰ প্ৰত্যুত্তৰ দিব লাগিব কেজৰিৱালে।

২৯ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব চূড়ান্ত শুনানি।

Leave A Reply