Breaking

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জামিন, নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ অনুমতি!

0 18

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জামিন।

অৰবিন্দ কেজৰিৱালক ১জুনলৈকে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ।

২০ দিনৰ বাবে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হৈছে।

আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক ২১ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল আৰু বৰ্তমান তেওঁ তিহাৰ জে’লত বন্দী হৈ আছে।

অৱশেষত আজি উচ্চতম ন্যায়ালয়েমুখ্যমন্ত্ৰী কেজৰিৱালৰ অন্তৰ্ৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি জামিন আবেদন মঞ্জুৰ কৰে।

Leave A Reply