Delhi CM Atishi: কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? আজি পদত্যাগ কৰে মুখ্যমন্ত্ৰী আতিশীয়ে।

কোন হ’ব দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী? মুখ্যমন্ত্রী পদক লৈ বিজেপিত অব্যাহত জল্পনা-কল্পনা অব্যাহত। চৰ্চাত আছে বিজেপিৰ সাতগৰাকী নেতাৰ নাম।(Delhi CM Atishi)

দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ তালিকাৰ শীৰ্ষত আছে প্ৰৱেশ সিং বৰ্মা, মনোজ তিৱাৰী, মঞ্জিন্দৰ সিং ছিৰছা, স্মৃতি ইৰাণী, বিজেন্দ্ৰ গুপ্তা, মোহন সিং বিষ্ট, বীৰেন্দ্ৰ সচদেৱ।

আজি সন্ধিয়া জয়ী হোৱা বিধায়কৰে মিলিত হ’ব দিল্লী বিজেপিৰ সভাপতি।

আনহাতে পদত্যাগ পত্ৰ দাখিল কৰিবলৈ উপস্থিত হয় মুখ্যমন্ত্ৰী আতিশী ৰাজ ভৱনত।

ৰাজ্যপালৰ হাতত দাখিল কৰে পদত্যাগ পত্র।

বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে আজি দিল্লীৰ বিদায়ী মুখ্যমন্ত্ৰী আতিশিয়ে পদত্যাগ পত্ৰ দাখিল কৰে উপ-ৰাজ্যপাল বিনাই কুমাৰ ছাক্সেনাক।

Related Articles