Breaking

দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বৃহৎ ঘোষণা – প্ৰতিগৰাকী মহিলালৈ ১০০০ টকাকৈ মাহিলী ভাট্টা…

0 19

দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰৰ বৃহৎ ঘোষণা৷ প্ৰতিগৰাকী মহিলালৈ ১০০০ টকাকৈ মাহিলী ভাট্টা৷

১৮ বছৰৰ ওপৰৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই ধন৷ মুখ্যমন্ত্ৰীৰ মহিলা সন্মান যোজনাৰ অধীনত দিয়া হ’ব এই ভাট্টা৷

দিল্লী বিধানসভাত বিত্তমন্ত্ৰী আতিশী মাৰ্লেনাৰ এই ঘোষণা৷

Leave A Reply