Breaking

মাজুলীত বিধ্বংসী অগ্নিকাণ্ড ! মঞ্জু পেগু নামৰ এগৰাকী মহিলাৰ হোটেলত অগ্নিকাণ্ড…

0 16

মাজুলীত বিধ্বংসী অগ্নিকাণ্ড৷

মঞ্জু পেগু নামৰ এগৰাকী মহিলাৰ হোটেলত অগ্নিকাণ্ড৷

জুইত জাহ যায় প্ৰায় ৫ লক্ষাধিক টকাৰ সামগ্ৰী ৷ শ্বৰ্টচাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ৷

Leave A Reply