Breaking

বৰক্ষেত্ৰী সমষ্টিৰ উন্নয়নৰ নমুনা

0 1,033

সৱকা সাথ সৱকা বিকাশ কিমান হ’ল নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিত? আজি আমি আপোনালোকক দেখুৱাম বৰক্ষেত্ৰী সমষ্টিত বিগত দিনবোৰত হোৱা উন্নয়নৰ ফোঁপোলা স্বৰূপ।বাৰিষা আহিলেই এনেদৰে নিজৰ জীৱন হাতৰ মুঠিত লৈ নিজৰ নিজৰ বিদ্যালয়লৈ বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয় চৰাঞ্চলৰ এইসমূহ ছাত্ৰ-ছাত্ৰীয়ে।

সকলো সময়তে উন্নয়নৰ ফটাঢোল কোবোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত কিয় এখন দলং নিৰ্মান নহল অঞ্চলটোত?

Leave A Reply