Breaking

ধনশ্ৰীঘাট নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৮হেজাৰ ভেকচিন প্ৰদান

0 2,024

ওদালগুৰি জিলাৰ ধনশ্ৰীঘাটত  অৱস্থিত ধনশ্ৰীঘাট নতুন  প্ৰথমিক স্বাস্থ্য কেন্দ্ৰটো  সামৰিলৈ  আজি ২১ ছেপ্টেম্বৰৰ দিনাখন  ৮০গৰাকীক  ধনশ্ৰীঘাটটো কভিড  টীকা কৰণ কৰা  হৈছিল  । অসম চৰকাৰে লোৱা এই প্ৰসংসনীয় অভিযানত উক্ত স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত সকলো চিকিৎসক ,কৰ্মচাৰীয়ে যথেষ্ঠ কষ্ট কৰা পৰিলক্ষিত হৈছে ।২o ছেপ্তেম্বৰৰ দিনটোত উক্ত স্বাস্থ্য কেন্দ্ৰত ১০০ গৰাকী লোকক কভিড টীকা কৰণ কৰা হৈছে ।ইতিমধ্যে এই কেন্দ্ৰটোত যোৱা ৩০ এপ্ৰিলৰ পৰা শুভ  আৰাম্ভ কৰা  প্ৰায় ৮হাজৰ   ভেকচিন প্ৰদান কৰা হৈছে ৷কভিভ ভেকচিন কৰাৰ ক্ষেত্ৰত  বুলেন মাহাতো, মঞ্জু দেবী,পলিনা বসুমতাৰী,বিঠৰাই নাৰ্জাৰী,জেনচন হায়নাৰী,কমল পাঠক আৰু আশা কৰ্মী মিনতি ডেকা,ৰেনু বৈশ্য,ৰেনুকা দেবী,কল্পনা দেবী,হাজটী দৈমাৰী,ৰিকিমা বসুমতাৰী,নমিতা দেবী,মইনা নাথ আদিয়ে সহায় সহযোগিতা কৰে ৷সমগ্ৰ কাৰ্যসুচীত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম পংকজ সভাপণ্ডিতে সহযোগিতা আগবঢ়ায় ৷

Leave A Reply