কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূলৈ প্ৰেৰণ পদত্যাগ পত্ৰ।

দেশজুৰি হোৱা প্ৰতিবাদৰ পাছতে পদত্যাগ শিক্ষামন্ত্ৰীৰ।

সামাজিক মাধ্যমত পোষ্ট পদত্যাগ পত্ৰ শিক্ষামন্ত্ৰীগৰাকীৰ।

দিল্লীৰ যন্তৰ মন্তৰত অব্যাহত থকা প্ৰতিবাদৰ মাজতে পদত্যাগ কৰিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে।

Related Articles