Breaking

ঢেকীয়াজুলি খণ্ড প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অৱস্থান ধৰ্মঘট

0 34

সোমবাৰে দিনৰ ১২ বজাৰ পৰা ঢেকীয়াজুলি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ঢেকীয়াজুলি খণ্ড প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷

উল্লেখ্য যে টেট উত্তীৰ্ণ শিক্ষকসকলৰ বিনাচৰ্তে বেতন সুৰক্ষা আৰু চাকৰী নিয়মীয়াকৰণৰ দাবীত সোমবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷

সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বানত ঢেকীয়াজুলি খণ্ড প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে উক্ত প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰে৷

-প্ৰশান্ত বৈশ্য, ঢেকীয়াজুলি

Leave A Reply