Breaking

ধিঙত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগাওঁ আৰক্ষীৰ অভিযান ।

0 576

👉 ধিঙত চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে নগাওঁ আৰক্ষীৰ অভিযান ।

👉 নগাওঁ জিলাৰ DSP দিপ্তী মালীৰ নেতৃত্বত অহা আৰক্ষীৰ দলে ধিঙৰ ৰজাবাৰীৰ আব্দুল ৰহিমৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ৩০ টাকৈ চোৰাং গৰু।

👉 আৰক্ষী অহাৰ উমান পায় ঘৰৰ পৰা পলায়ন কৰে চোৰাং গৰু বেপাৰী আব্দুল ৰহিম।

👉 ইতিমধ্যে গৰুখিনি ট্ৰাকেৰে নগাঁৱলৈ যায় আৰক্ষীৰ দলটোৱে।

👉 DSP মালীৰ নেতৃত্বত অহা আৰক্ষীৰ দলটোক সহযোগ কৰে বটদ্ৰৱা আৰক্ষীয়ে।

👉 উল্লেখ্য যে , আব্দূল ৰহিম বহুদিনৰ পৰা চোৰাং গৰু ব্যৱসায়ৰ লগত থকাৰ অভিযোগ আছিল।

Leave A Reply