Breaking

মুখ্যমন্ত্রী সাহায্য পুজিৰ পৰা ধুবুৰী জিলা বিজেপি প্ৰদান কৰিলে ৪৫ হেজাৰ টকা চেক দুখীয়া পৰিয়ালক

0 2,027

:৯চেপ্তম্বৰত ধুবুৰী ভাৰতীয় জনতা পার্টি ৰ কাৰ্য্যালয় ত অনুষ্ঠিত এক সভাত  ভাৰত বাংলাদেশ সীমান্ত সএশাল ৰ বাসিন্দা তথা চকু অপাৰেচন ৰোগী তাপস সেন ক জিলা বিজেপি ৰ উদ্দোগত জিলা সভাপতি দেব ময় সান্যাল, জেষ্ঠ্য বিজেপি নেতা বিমল ওচৱাল, প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ উপস্থিতিত  মূখ্য মন্ত্রী সাহায্য পুজি ৰ পৰা ৪৫ হেজাৰ টকাৰ চেক বিতৰন কৰে জিলা সভাপতি দেব ময় সান্যাল।  উল্লেখ্য তাপস সেন তেওৰ চিকিৎসা ৰ বাবে মুখ্যমন্ত্রীৰ ওচৰত আবেদন কৰিছিল। 

Leave A Reply