Breaking

২৯ ছেপ্টেম্বৰত ধুবুৰীৰ নাও দুৰ্ঘটনাত নিখোজ হৈ থকা ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ উদ্ধাৰ

0 3,560

ধুবুৰীত ভয়ংকৰ নাও দূৰ্ঘটনাত সন্ধানহীন হোৱা ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ সন্ধান উলিয়াবলৈ সক্ষম হ’ল এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে। যোৱা ২৯ ছেপ্টেম্বৰৰ ভয়ংকৰ নাও দূৰ্ঘটনাত সন্ধানহীন হোৱা ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ আজি ৰাতি পূৱা প্ৰায় ১১ বজাত, দুৰ্ঘটনা স্থলীৰ পৰা এক কিলোমিটাৰ নিলগত নামনিত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ উদ্ধাৰকাৰী দলে।


আজি জিলা উপায়ুক্ত গৰাকীয়ে সাংবাদিকক জনোৱা মতে, উদ্ধাৰ হোৱা মৃতদেহ, ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাসৰ মৃতদেহ বুলি চিনাক্ত কৰা হয়।

Leave A Reply