Breaking

ডিব্ৰুগড়ৰ চাউলখোৱাত সন্দেহজনক হেৰ’ইন, গাঞ্জা উদ্ধাৰ…

0 104

ডিব্ৰুগড়ৰ চাউলখোৱাত সন্দেহজনক হেৰ’ইন, গাঞ্জা উদ্ধাৰ।

গাভৰুপথাৰ আৰক্ষী চকীৰ অভিযানত উদ্ধাৰ হেৰ’ইন, গাঞ্জা।

চাউলখোৱাৰ মণিৰ হুছেইন নামৰ লোকজনৰ ঘৰত উদ্ধাৰ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে এটা গোচৰ।

Leave A Reply