Breaking

দিখৌক বাট ভেটি আমনি কৰিছে কোনে? জীয়াই থাকিবনে দিখৌ?

0 2,049

উজনিৰ এখন নদী দিখৌ। বিশেষকৈ শিৱসাগৰ জিলাৰ জৈৱ বৈচিত্ৰৰ দিশত সদায়েই এক সুকীয়া স্থান দখল কৰি আছে এই দিখৌৱে। বুৰঞ্জীৰ পাতে পাতেও উল্লেখ আছে দিখৌৰ। কিন্তু আকস্মিকভাবে শুকাই যাবলৈ ধৰিছে নদীখন। হাহাকাৰ লাগিছে নৈ পৰীয়া ৰাইজৰ মাজত।

আচলতে কি হৈছে দিখৌৰ? কোনে বাট ভেটি আমনি কৰিছে দিখৌক? নগা পাহাৰৰ দিশত চলা অবৈধ শিল কয়লাৰ খননে বিপদ মাতিছে নেকি দিখৌলৈ? এতিয়া এনে অলেখ প্ৰশ্নৰ উদয় হৈছে।

Leave A Reply