Breaking

আৰক্ষী শাখাৰ ১১৭ সংখ্যক গোটৰ দীক্ষান্ত পেৰেড সমাৰোহ ২০২৩

0 41

টেঙাখাতৰ উইলটন ১৯ নং অসম আৰক্ষী বাহিনী চাউনীত দীক্ষান্ত পেৰেড সমাৰোহ সম্পন্ন।

অসম চৰকাৰৰ উদ্যোগিক আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কেবিনেট মন্ত্ৰী বিমল বৰা আৰু অসম আৰক্ষীৰ শীৰ্ষ বিষয়া বিশেষ আৰক্ষী সঞ্চালক প্ৰধান সত্য নাৰায়ণ সিং এই সমাৰোহৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

১ম, ২য়, ৩য়, ১১, ১৯ আৰু ২৫ নং অসম আৰক্ষী বাহিনীৰ মুঠ ৬৮২ গৰাকী বেটলিয়নে জনসিতাৰ্থে-জনসেৱাৰ্থে সংকল্প লৈ দীক্ষান্ত পেৰেড সমাৰোহৰ কুচকাৱাচত ভাগ লয়।

Leave A Reply