Breaking

দ্বিতীয় বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হ’বলৈ ব্য়াপক নিৰ্বাচনী প্ৰচাৰ দিলীপ শইকীয়াৰ…

0 27

নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্রতৰ কৰি তুলিছে দৰঙ-ওদালগুৰি লোকসভা সমষ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াই। ন-ন অঞ্চলত অনুষ্ঠিত হোৱা জনসভাত এইদৰে বহু কংগ্ৰেছ কৰ্মীয়ে সংসদীয় সমষ্টিৰ প্ৰাৰ্থী গৰাকীৰ উপস্থিতিত বিজেপিত যোগদান কৰা পৰিলক্ষিত হৈছে।

ছিপাঝাৰৰ কুৰুৱা অঞ্চলত কেইবাগৰাকী কংগ্ৰেছ কৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে এইদৰে। মুঠতে দ্বিতীয় বাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হ’বলৈ এইদৰে ৰাইজৰ ওচৰ চাপিছে প্ৰাৰ্থী গৰাকীয়ে। কুৰুৱাৰ লগতে দৰং জিলাৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত দিলীপ শইকীয়া।

Leave A Reply