Breaking

ডিমা হাছাওৰ ডিটকছেৰাত বাছ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু…

0 22

ডিমা হাছাওৰ ডিটকছেৰাত বাছ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু। নিহত লোকজন ত্ৰিপুৰাৰ ধলাই জিলাৰ দেৱৰাজ দেববাৰ্মা ।

গুৰুতৰভাৱে আহত যাত্ৰীসকলক SMCHত ভৰ্তি । একাংশ আহত ব্যক্তিক হাৰাংগাজাওলৈ প্ৰেৰণ।

ত্ৰিপুৰাৰ পৰা গুৱাহাটী অভিমুখী আছিল বাছখন। দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS 01 MC 0243।

Leave A Reply