Breaking

ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা ! ৮ জানুৱাৰীত অনুষ্ঠিত হ’ব DACৰ নিৰ্বাচন…

0 43

ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা
৮ জানুৱাৰীত অনুষ্ঠিত হ’ব DACৰ নিৰ্বাচন
২৮ খন আসনৰ বাবে হ’ব নির্বাচন
মুঠ ভোটাৰৰ সংখ্যা ১,৪১,১২৪ গৰাকী


→ ২৮০ টা ভোটকেন্দ্রত অনুষ্ঠিত হ’ব। নির্বাচন
➡ বেলটৰ মাধ্যমেৰে হ’ব নির্বাচনী প্রক্রিয়া
➡ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোট গ্রহণ

প্রতিটো ভোট কেন্দ্ৰৰ বাবে নিয়োগ কৰা হৈছে মাইক্ৰ’ পর্যৱেক্ষক
১২ জানুৱাৰীত ঘোষণা হ’ব নির্বাচনী ফলাফল
মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ২২ ডিচেম্বৰ
প্রতিজন প্রার্থীয়ে সর্বাধিক ব্যয় কৰিব পাৰিব ৪ লাখ ২৫ হাজাৰ টকা

Leave A Reply