November 22, 2020 পুনৰ আছুৰ সভাপতি পদত দীপাংক নাথ Share FacebookTwitterWhatsAppTelegramKooEmail আছুৰ সভাপতি ৰূপে পুনৰ নিৰ্বাচিত হয় দীপাংক নাথ । ইয়াৰোপৰি সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা ।ইয়াৰ পূৰ্বে দুলীয়াজানৰ অন্তিম দিনাৰ অধিৱেশনত আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল লুৰিণ জ্যোতি গগৈয়ে । কালি এই ঘোষণা কৰা হয় দুলীয়াজান ক্লাবত। Author: দৈনন্দিন বাৰ্তা Related Articles ভুৱা চিকিৎসকৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান, সোণাৰিত আটক দুজন চিকিৎসক দৈনন্দিন বাৰ্তা - June 27, 2026 হৰমুজ ঘটনাৰ প্ৰত্যুত্তৰত ইৰাণৰ সামৰিক ঘাটিত আমেৰিকাৰ আক্ৰমণ, জে ডি ভাঞ্চৰ কটাক্ষ—‘হিংসাৰ উত্তৰ হিংসাই হ’ব’ । US-Iran War Update দৈনন্দিন বাৰ্তা - June 27, 2026 অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে ডাঙৰ সুখবৰ, Farmer Registry প’ৰ্টেলত অন্তৰ্ভুক্ত হ’ল চাহ আৰু প্লাণ্টেচন শ্ৰেণীৰ ভূমি দৈনন্দিন বাৰ্তা - June 27, 2026