Breaking

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত বিসংগতি ! পৰীক্ষা নিদিয়া বিষয়তো নম্বৰ লাভ শিক্ষাৰ্থীৰ…

0 25


বাৰেপাচি ভুলেৰে HSৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা
পৰীক্ষা নিদিয়া বিষয়তো নম্বৰ দিলে ‘উদাৰ’ শিক্ষা সংসদে
সাই বিকাশ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈছিল গাগৰি নাথ


গাগৰি নাথৰ এডমিট কার্ডত নাছিল গণিত বিষয়
তৎসত্ত্বেও গাগৰি নাথৰ মাৰ্কশীটত আহিল গণিতৰ নম্বৰ ews
পৰীক্ষা নিদিয়াকৈ গাগৰি নাথে গণিত বিষয়ত লাভ কৰে ৩০ নম্বৰ


লখিমপুৰৰ পলিগন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ফলাফলতো বিসংগতি
বিদ্যালয়খনৰ ছাত্ৰী হিৰণ্ময়ী তামুলীৰ ফলাফলত বিসংগতি

Leave A Reply