Breaking

দাৰাগাঁৱত এছ এছ বিৰ কৃষকলৈ কৃষি সঁজুলিৰ লগতে শস্যৰ বীজ বিতৰণ

0 46

সশস্ত্র সীমা বল চমুকৈ এছএছবিৰ ৬৪ নং বেটেলিয়নৰ উদ্যোগত আজি “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ দাৰাগাওঁত উত্তৰকুছি, দাৰাগাওঁ আদি গাঁৱৰ পৰা নিৰ্বাচিত ৫০ গৰাকী কৃষকক ৰবী শস্যৰ বীজ বিতৰণ কৰাৰ লগতে কৃষক সকলক বিভিন্ন সজুলী প্ৰদান কৰে।

বি টি চিৰ কাৰ্যবাহী সদস্য ঘনস্যাম দাসে উদ্বোধন কৰা অনুষ্ঠানত এছএছবিৰ ৬৪ নং বেটেলিয়নৰ কামাডেণ্ড নন্দকিশোৰ টামটা, উপ কামাডেণ্ড সণ্ডিপ পনীয়াৰ লগতে কেবাগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি আৰু খেতিয়কে অংশগ্রহণ কৰে।

Leave A Reply