অসমৰ অগ্ৰণী বেচৰকাৰী সামাজিক স্বাস্থ্য সম্বন্ধীয় অনুষ্ঠান হাৰ্ট কেয়াৰ চচাইটি অসমৰ উদ্যোগত আৰু স্থানীয় অনুষ্ঠান “আশা”ৰ সহযোগত কটৰা অঞ্চলৰ ১ নং গংগাপুখুৰী প্ৰাথমিক বিদ্যালয়ত ১৫৫ ঘৰ দুখীয়া পৰিয়ালৰ মাজত ক’ভিদ সাহায্য বিতৰণ কৰা হয় ৷ হাৰ্ট কেয়াৰ ছচাইটিৰ গুৱাহাটী শাখাৰ সম্পাদক ডা° বিকাশ ৰায় দাসৰ নেতৃত্বত হাৰ্ট কেয়াৰ ছচাইটিৰ কোষাধ্যক্ষ বেলাডাউকা, সহকাৰী সম্পাদকদ্বয় প্ৰাঞ্জল কুমাৰ শৰ্মা, মনশ্ৰী প্ৰকাশ,অনুষ্ঠান সমন্বয়ক পৰিতোষ দে অনুষ্ঠানত উপস্থিত থাকে ৷ খাদ্য সামগ্ৰীকে ধৰি স্বাস্থ্য সম্বন্ধীয় বস্তু মুখ বন্ধনী ছেনিটাইজাৰ কাপোৰ আদি বিতৰন কৰা হয় ৷ এই কাৰ্য্যত স্থানীয় যুৱক উদয় ভাস্কৰ হাজৰিকা ৰাজীৱ কলিতা, মানৱ, অভিজিত,মহিবুল, আদিয়ে সহায় সহযোগ আগবঢ়ায় ৷ সম্পূৰ্ণ ক’ভিদ নিয়ম মানি আয়োজন কৰা এই অনুষ্ঠান দ্বাৰা বহুতো দুখীয়া পৰিয়ালৰ সাময়িক সকাহ হোৱা বুলি স্থানীয় ৰাইজে মতামত দিয়ে আৰু হাৰ্ট কেয়াৰ ছচাইটিৰ সদস্যসকলক ভূয়সী প্ৰশংসা কৰে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- 1st BN SSB on full swing on Meri Matti Mera Desh
- শিৱসাগৰত পৰ্যটন বিভাগৰ উদ্যোগত ‘বিশ্ব পৰ্যটন দিৱস’ উদযাপন; মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ অংশগ্ৰহণ
- পূৰ্ণ গতিত প্ৰথম বিএন এছএছবিৰ ‘মেৰি মাটি মেৰা দেশ’
- বৰপেটাত উলহ মালহেৰে ‘মোৰ মাটি মোৰ দেশ’ কাৰ্য্যসূচী পালন
- সৰ্বধৰ্ম সভাৰে নিৰু শৰ্মা পৰাজুলীৰ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি চাৰণ অনুষ্ঠান লেখিকা সংস্থা,অসমৰ
- ‘মই ক্ষমতাৰ লোভী নহয়’: ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত এইচ ডি দেৱেগৌড়া
- কুলশী নৈৰ সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ টংলাৰ বনগাঁৱত তিনিদিনীয়া ভাগৱত পাঠ, নাগাৰা নাম
- মণিপুৰক অশান্ত ৰাজ্য ঘোষণা চৰকাৰৰ; ৬ মাহলৈ সম্প্ৰসাৰিত কৰা হৈছে AFSPA
- গেণীচুকৰ ঐতিহাসিক কুন্দা আতা থানত স্বচ্ছতা অভিযান
- জ্যোতিচিত্ৰবনত অসমীয়া চিনেমা ‘মমতাৰ চিঠি’ৰ ট্ৰেইলাৰ মুকলি