Breaking

ধুবুৰীত মুল্যবৃদ্ধিৰ বিৰুদ্ধে জিলা কংগ্ৰেছৰ প্ৰতিবাদ…

0 1,020

ধুবুৰী জিলা কংগ্রেছৰ উদ্যোগত আজি মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে ৰাজীৱ ভৱনৰ সন্মুখত উত্তাল প্ৰতিবাদ  সাব্যস্ত কৰে ৷ পেট্ৰল,ডিজেল ৰন্ধন গেছকে ধৰি নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা ধুবুৰী জিলা তত্ত্বাৱধায়ক ৰাজেশ কুমাৰ যোশীৰ উপস্থিতিত কংগ্ৰেছে মুল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়।

উক্ত প্ৰতিবাদী কাৰ্য্যসুচিত অৰ্ধ শতাধিক কংগ্রেস সদস্য অংশগ্ৰহন কৰে। 

Leave A Reply