Breaking

বাৰে বাৰে বুকুৰ বিষ হয় নেকি? এই ৫ টা ৰোগ হোৱাৰ সম্ভাৱনা…

0 85

বহুতে বুকুৰ বিষত ভুগি থাকে আৰু ইয়াৰ বহু কাৰণ থাকিব পাৰে। বেছিভাগ মানুহেই ভাবে যে ই এচিডিটিৰ সমস্যা হ’ব পাৰে। বাৰে বাৰে এনে বিষ হ’লে বিপদজনক ৰোগৰ লক্ষণো হ’ব পাৰে। আজি কওঁ কোনবোৰ বেমাৰে বুকুৰ বিষ কৰিব পাৰে। যদি আপোনাৰ বাৰে বাৰে বুকুৰ বিষ হয় তেন্তে আপোনাৰ হাৰ্ট এটেক হোৱাৰ সম্ভৱনা-

পেটৰ আলচাৰ হোৱাৰ আশংকাও থাকিব পাৰে। যদি বাৰে বাৰে বুকুৰ বিষ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

পেনিক এটেক হোৱাৰ আগতে বুকুৰ বিষত ভুগিব পাৰে। আপুনি সাৱধান হ’ব লাগে।

বুকুৰ বিষ কেতিয়াও আওকাণ কৰিব নালাগে, ইয়াৰ ফলত গেষ্ট্ৰ’ইছ’ফেজিয়াল ৰিফ্লাক্সৰ দৰে গুৰুতৰ সমস্যাও হ’ব পাৰে।


Leave A Reply