Breaking

দৈ কেতিয়া খাব নালাগে জানেনে আপুনি…

0 92

–  জ্বৰ হোৱা অৱস্থাত দৈ খাব নালাগে।

– মূৰৰ বিষ, ৰক্তপিত্ত, এলাৰ্জীক চাইনাচাইটিছ আদি ৰোগত ভোগা ব্যক্তিয়ে দৈ খাব নালাগে।

– চেনিৰে সৈতে দৈ খাব নালাগে। চেনিৰে সৈতে দৈ সেৱন কৰিলে উপকাৰিতাৰ মাত্ৰা হ্ৰাস পায়। দৈ সেয়ে সদায় নিমখৰ সৈতে সেৱন কৰা উচিত।

– ৰক্ত সম্পৰ্কীয় ৰোগত ভোগা ব্যক্তিয়ে সাধাৰণতে ৰাতিৰ ভাগত দৈ খাব নালাগে।

দৈনন্দিন খাদ্য তালিকাত দৈৰ নিয়মীয়া অন্তৰ্ভুক্তিৰে নিঃসন্দেহে আমি আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰো।

Leave A Reply