Breaking

শাওণ মাহত উপবাসে থকাৰ সময়ত কোনবোৰ ফল সেৱন কৰিব লাগে জানেনে…

0 107

বৰ্তমান শাওণ মাহ চলি আছে। হিন্দু ধৰ্মত এই মাহৰ এক অতি বিশেষ তাৎপৰ্য আছে। শাওণ মাহত শিৱ ভক্ত সকলে উপবাসে থাকে। আজি আমি আপোনালোকক জনাম, শাওণ মাহত আপুনি উপবাসে থকাৰ সময়ত কোনবোৰ ফল সেৱন কৰিব-


কল-

কল এনেকুৱা এবিধ ফল,যিয়ে শৰীৰক শক্তি লাভ কৰে। কলত বহুতো পুষ্টিকৰ উপাদান পোৱা যায়। গতিকে উপবাসে থকাৰ সময়ত কল সেৱন কৰিব পাৰে।


অমিতা

অমিতা খাবলৈ বৰ সোৱাদ। কাৰণ অমিতা পুষ্টিকৰ উপাদানৰে ভৰপূৰ। যদি আপুনি উপবাসে থকাৰ সময়ত অমিতা সেৱন কৰে তেন্তে ই আপোনাৰ স্বাস্থ্য সুস্থ কৰি ৰাখিব। গতিকে পাচনতন্ত্ৰ সবল কৰি ৰাখিবলৈ অমিতা খাব পাৰে।
আপেল-
উপবাসৰ সময়ত আপেল খোৱাটো স্বাস্থ্য বাবে উপকাৰী। আপেলত বহুতো পুষ্টিকৰ উপাদান থাকে, যিয়ে আপোনাক গোটেই দিনটোলৈ শক্তি প্ৰদান কৰিব। গতিকে উপবাসৰ সময়ত আপেল খোৱাৰ আৰম্ভ কৰক।
কমলা-
উপবাসে থকাৰ সময়ত কমলা খাব পাৰে। কাৰণ কমলাত ভিটামিন আৰু পানী প্ৰচুৰ পৰিমাণে থাকে। যাৰ বাবে আপোনাৰ শৰীৰটো হাইড্ৰেটেড হৈ থাকিব।

Leave A Reply