পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে দুদিন পূৰ্বে কৰ্মস্থলীৰ পৰা ঘৰলৈ যোৱা ডলী হাজৰিকাই।
তীব্ৰবেগী এখন বাছে মহটিয়াই নিলে বাইক আৰোহী পিতৃ আৰু কন্যা ডলী হাজৰিকাক , থিতাতে নিহত হয় যুৱ সংবাদকৰ্মী ডলী হাজৰিকা। পিতৃ অৱস্থা সংকটজনক!
![](https://www.dainandinbartagroup.in/wp-content/uploads/2023/01/322908623_501019228847230_4160611007257252094_n-1.jpg)
লখিমপুৰৰ বিহপুৰীয়াৰ সন্তপুৰত সংঘটিত হয় এই ভয়াবহ পথ দুৰ্ঘটনা।
পিতৃৰ সৈতে মাংস কিনিবলৈ যাওঁতেই আল্ট্ৰা বাছে মহতিয়াই পিতৃ-কন্যাক।
ডলী হাজৰিকা গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত আছিল।