Breaking

ডংগল গাৰ্ল আৰু নাই! আমিৰ খানৰ ‘ডংগল’ত অভিনয় কৰা ছুহানী ভাটনাগৰ মৃত্যু…

0 153

আমিৰ খানৰ ‘ডংগল’ত অভিনয় কৰা ছুহানী ভাটনাগ আৰু নাই।


১৯ বছৰ বয়সতে মৃত্যু ‘ডংগল’ত সৰু কন্যাৰ চৰিত্ৰত অভিনয় কৰা ছুহানী ভাটনাগ।


অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।


ফৰিদাবাদৰ ১৫ নং ছেক্টৰৰ আজৰোণ্ডা শ্মশানত তেওঁৰ অন্তিম অনুষ্ঠান সম্পন্ন কৰা হ’ব।


দীৰ্ঘদিন ধৰি দিল্লীৰ এইমছ হাস্পতালত ভৰ্তি হৈ আছিল অভিনেত্ৰীগৰাকী।

Leave A Reply