Breaking

‘২২ জানুৱাৰীত অযোধ্যালৈ নাহিব, তাৰ পৰিৱৰ্তে আপোনাৰ ওচৰৰ মন্দিৰ দৰ্শন কৰক’ ! তীৰ্থযাত্ৰীলৈ এই আহ্বান ৰাম মন্দিৰ ট্ৰাষ্টৰ সম্পাদক চম্পট ৰায়ৰ…

0 23

‘২২ জানুৱাৰীত অযোধ্যালৈ নাহিব, তাৰ পৰিৱৰ্তে আপোনাৰ ওচৰৰ মন্দিৰ দৰ্শন কৰক’। তীৰ্থযাত্ৰীলৈ এই আহ্বান ৰাম মন্দিৰ ট্ৰাষ্টৰ সম্পাদক চম্পট ৰায়ৰ।

লগতে তেওঁ কয় যে মুকলিৰ বাবে ৰাম মন্দিৰ প্ৰায় সম্পূৰ্ণ হৈছে, কিন্তু নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’বৰ বাবে আৰু ২ বছৰৰ প্ৰয়োজন হ’ব।

উল্লেখ্য, ২০২৪ চনৰ ২২ জানুৱাৰীত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান।

Leave A Reply