Dr. Bhimrao Ambedkar: জনতা ভৱনৰ প্ৰৱেশদ্বাৰত স্থাপন হ’ব ড° ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তি, সামাজিক মাধ্যমত ঘোষণা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

জনতা ভৱনৰ প্ৰৱেশদ্বাৰৰ কাষতেই দেশৰ সংবিধানখনৰ পিতৃ পুৰুষ ড° ভীমৰাও আম্বেদকাৰৰ এটি প্ৰতিমূৰ্তি অহা ১৫ আগষ্টৰ ভিতৰত স্থাপন কৰা হ’ব।(Dr. Bhimrao Ambedkar)

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে বৃহস্পতিবাৰে সন্ধিয়া লোকনিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এই স্থান পৰিদৰ্শন কৰি গ্ৰহণ কৰিবলগীয়া পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে মন্ত্ৰী পীয়ূষ হাজৰিকাই।

সামাজিক মাধ্যমযোগে এই কথা জনাই মন্ত্ৰী পীয়ূষ হাজৰিকাই।


Related Articles