Breaking

মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক অসমৰ ডঃ বুদ্ধ ডেকা বৰুৱা…

0 42

মেট্ৰিকত ৫৯% পাই বৰ্তমান University College London ৰ সহযোগী অধ্যাপক। অসমীয়াৰ গৌৰৱ ডঃ বুদ্ধ ডেকা বৰুৱাই শিৱসাগৰৰ ডিমৌৰ নিতাইপুখুৰীৰ চৰকাৰী অসমীয়া মাধ্যমত পঢ়িছিল।

মেট্ৰিকত ৫৯% পাই উত্তীৰ্ণ হৈছিল। IISc ত পি এইচ ডি কৰা ডঃ বুদ্ধ ডেকা বৰুৱাই Cambridge University ৰ সন্মানীয় নিউটন ফেলশিপ লাভ কৰিছিল ডক্টৰেটৰ বাবে।

সন্মানীয় নিউটন ফেলশিপ লাভ কৰা তেওঁ হৈছে প্ৰথম অসমীয়া। তেওঁ বৰ্তমান University College London ৰ সহযোগী অধ্যাপক।

Leave A Reply