December 13, 2023 আজি মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড০ মোহন যাদৱৰ… Share FacebookTwitterWhatsAppTelegramKooEmail আজি মধ্যপ্ৰদেশত নতুন চৰকাৰৰ শপত গ্ৰহণ। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড০ মোহন যাদৱৰ। ভূপালৰ মতিলাল নেহৰু ষ্টেডিয়ামত শপত গ্ৰহণ অনুষ্ঠান। শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ। Author: দৈনন্দিন বাৰ্তা Related Articles দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন হাজৰিকাক সাংবাদিকতাৰ জীৱনজোৰা সাধনা বঁটা প্ৰদান দৈনন্দিন বাৰ্তা - August 19, 2026 অৰুণাচলীৰ গুলীত আহত পৰিয়াললৈ ২ লাখ টকাকৈ সাহায্য দৈনন্দিন বাৰ্তা - August 16, 2026 নগাঁও লোকসভা উপ-নিৰ্বাচনত AIUDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম সৰকাৰ দৈনন্দিন বাৰ্তা - August 13, 2026