Breaking

ড০ প্ৰণৱ জ্যোতি ডেকাৰ ‘শ্ৰেষ্ঠ গল্প’ই আজুৰি আনিলে ‘সাহিত্য অকাডেমী’ সন্মান…

0 59

অৱশেষত ড০ প্ৰণৱ জ্যোতি ডেকাৰ ‘শ্ৰেষ্ঠ গল্প’ই আজুৰি আনিলে বহু প্ৰত্যাশিক সাহিত্য অকাডেমী (অসমীয়া ভাষাৰ) সন্মান।

অসমীয়া প্ৰতিদিন ডিজিটেলে সেই সম্ভাৱণা আৰু আশংকা আগতীয়াকৈ পুৱাৰ ভাগতেই প্ৰকাশ কৰিছিল। সেই সম্ভাৱনাই সত্য প্ৰমাণিত কৰি বিশিষ্ট গৱেষক,

সাহিত্যিকগৰাকীক এই সন্মানৰ বাবে নিৰ্বাচিত কৰা প্ৰক্ৰিয়াত নতুন দিল্লীত অনুষ্ঠিত হোৱা অকাডেমীৰ বৈঠকত শেষ ছীল মোহৰ মৰা হ’ল দুপৰীয়া ১২.৪৫ বজাত।

Leave A Reply